The Rape on society
0:00
0:00
hey yah it's very shame for our society for humanity.. now i think that... humanity is worse than animality hoo hoo hoo কি হব সমাজত.... যত প্ৰতিদিনে চলে ভ্ৰষ্টাচাৰ এই দেশত শুনা পাওঁ চৌদিশে অত্যাচাৰ এই দেশত আজি এটা কালি এটা বলধকাৰ এই দেশত সংবিধান .....আছ নে জীয়াই এই দেশত.. নে হৈছে পংগু সংবিধান নেতাৰ ৰোষত... কিয় শাস্তি নাপায় আজি অপৰাধী দোষত কাৰ দোষত... তাইৰ দোষত ... নহয় তাৰ দোষত.... দানৱৰ বেশত.... যিয়ে Rape কৰি ঘুৰি ফুৰে খুলে আম দেশত প্ৰতিবাদ দেশত.. দুদিনিয়া প্ৰতিবাদ candle march আৰু চলি থকে এইবোৰ মচলা হে নিউজত কিন্তু নাপায় ন্যায় কেতিয়াওঁ ভুক্ত ভোগী দেশত.. নকঁপে নে হিয়া আবেগত
You may also like

Leave a comment
See track description ↑