।
0:00
0:00
সৰুৰ পৰা ইচ্ছা আছিল মোৰ rep কৰা নাছিল মোৰ মান্তি ঘৰৰ পৰা জুবিন দা ও নহয় যে মই হিয়া খুলি গান গোৱা কৰিম এটা কাম বনাম এটা নাম লাগিব হয়টো আৰু কিছু time শিকি আছোঁ শিকি যাম এইমাথো আৰম্ভণি যি কম কথা শিকি কম মই খুলা খুলি ৰঙীয়াৰে লৰা মই গৰালিৰ এ মাল (আই মাথোঁ আৰম্ভ bro বাকী আছে বহুত) বাপেকৰ নাই এখন ভাল চাইকেল ছোৱালীক লাগে কেলাঃ car থকা boyfriend এইখন সমাজত নেচাই তোমৰ ডিগ্ৰী সকলোৱে চিনি পাই পিছৰ গাদ্দি
You may also like

Leave a comment
See track description ↑